About the trust/ন্যাসৰ উদ্দেশ্য

“Dhirendranath Goswami memorial trust” was formed on 13th March 2018 at Dergaon, Golaghat to help financially poor patients (preferably a female cancer patient) and to raise health awarness among common people of Assam. 

গোলাঘাটৰ দেৰগাঁৱত ২০১৮ চনৰ ১৩ মাৰ্চত গঠন কৰা “ধীৰেন্দ্ৰ নাথ গোস্বামী স্মাৰক ন্যাস”ৰ উদ্দেশ্য হ’ল জনসাধাৰণৰ মাজত স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু আৰ্থিক ভাৱে পিচ পৰা ৰোগীক, বিশেষকৈ মহিলা কৰ্কট ৰোগীক অৰ্থ সাহায্য প্ৰদান কৰা৷ 

Design a site like this with WordPress.com
Get started
search previous next tag category expand menu location phone mail time cart zoom edit close